মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

চলিত প্ৰকল্পসমূহ

যাত্ৰীবাহী ৰোপৱে'

উত্তৰ আৰু দক্ষিণ গুৱাহাটীৰ সংযোগ কৰাৰ মানসেৰে ৫৬.০৮ কোটি টকাৰ এই প্ৰকল্প হাতত লোৱা হৈছে। ২০১৮ চনৰ জুলাই মাহত এই প্ৰকল্পৰ কাম সমাপ্ত হ’ব।

দৈৰ্ঘ্য১৮২০ মি:
টাৰ্মিনেলৰ সংখ্যা
নিম্ন টাৰ্মিনেলপানবজাৰ গুৱাহাটী, নেহৰু পাৰ্কৰ সন্মুখত
উচ্চ টাৰ্মিনেলৰাজাদুৱাৰ গাঁও,দৌলগোবিন্দ মন্দিৰৰ পিছফালে
টাৰ্মিনেলত থকা সুবিধাযাত্ৰী হেণ্ডলিং এলেকা,টিকট কাউণ্টাৰ,পাৰ্কিঙ সুবিধা, নাগৰিকৰ সুবিধাৰ এলেকা
ট্ৰেচলৰ সমৰ্থনৰ সংখ্যা
ভ্ৰমণ সময়৪৩৬ ছেকেণ্ড
ৰোপৱে’ প্ৰকাৰটুইন ট্ৰেক,চিংগল হওল,বাই-কেবল ডাবল ৰিভাৰচিবল জিগ বেক চিষ্টেঅম
ৰোপৱে’ ক্ষমতা২৫০ মানুহ প্ৰতি ঘণ্টাত
কেবিন ক্ষমতা (মানুহ)৩০+১ (যাত্ৰী+অপাৰেটৰ)
উদ্ধাৰ ব্যৱস্থাস্বয়ংচালিত গাড়ী আৰু কেবিন
পাৰ্কিং সুবিধা 
উচ্চস্তৰ টাৰ্মিনেল৭০ খন চাৰিচকীয়া আৰু ৮০ খন দুচকীয়া বাহন
নিম্নস্তৰ টাৰ্মিনেল১০০ খন চাৰিচকীয়া আৰু ৮০ খন দুচকীয়া বাহন

পৰিকল্পনা আৰু সম্পাদন এজেন্সি

১) পৰামৰ্শদাতা: RITES LTD
২) ঠিকাদাৰ: সমীৰ দামোদৰ ৰোপৱে’ প্ৰাইভেট লিমিটেড
৩) কেবিন ডিজাইনকাৰী তথা সৰবৰাহকাৰী: GANGLOFF CABIN,চুইজাৰলেণ্ড
৪) বাহন তথা উদ্ধাৰ ব্যৱস্থা: GARAVENTA AG, চুইজাৰলেণ্ড
৫) সুৰক্ষা প্ৰমাণপত্ৰ প্ৰদানকাৰী: GARAVENTA AG, চুইজাৰলেণ্ড