মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

চলিত প্ৰকল্পসমূহ

ঐতিহ্য তথা হস্ততাঁত সংগ্ৰহালয়

অসম প্ৰশাসনৰ প্ৰথম আৱাসিক গৃহ।এই ঔপনিবেশিক শৈলীৰ আৱাস গৃহই অসম চৰকাৰৰ প্ৰশাসনকাৰ্যৰ এক বিৰল ইতিহাস বহন কৰি ৰাখিছে।

লক্ষ্য

  • আৱাসিক গৃহটিৰ পুনৰুদ্ধাৰ কৰা।লগতে সমগ্ৰ এলেকাটোক নগৰৰ লোকসকলৰ বাবে এক শিক্ষন কেন্দ্ৰ হিচাপে গঢ়ি তোলা।
  • অসমৰ চহকী ঐতিহ্যৰ সংৰক্ষনৰ হেতুকে এই প্ৰকল্পক মূল প্ৰকল্প হিচাপে ৰাখি কাম কৰা।

পৰ্যায়-১

  • হেৰিটেজ আৰু ৱেলকাম প্লাজা।
  • এণ্ট্ৰি প্লাজা আৰু পাৰ্কিঙ
  • এমিনিটি ব্লক
  • এডজ ৰেইলিং আৰু ভিউইং প্লেটফৰ্ম

প্ৰকল্পৰ স্থিতি

বৰ্তমানে প্ৰকল্পটোৰ ৮০% কাম সম্পূৰ্ণ হৈছে। সম্পূৰ্ণ হোৱাৰ তাৰিখ: ১৫ ডিচেম্বৰ, ২০১৭

২০-০৩-২০১৩ তাৰিখ অনুসৰি AOP 2012-13 vide No. GDD. 338/2012/37 ৰ অধীনত প্ৰকল্পৰ বাবে ৭৪৬.৮০৮৫৫ লাখ টকাৰ প্ৰদান কৰা হৈছে। আকৌ ৬ জুলাই ,২০১৭ তাৰিখ অনুসৰি vide No.GDD.338/2012/Pt-I/58 ৰ অধীনত ৰাজ্যিক বাজেট ২০১৭-১৮ অনুসৰি এই অনুদান ৯৬৯.৮০ লাখলৈ বৃদ্ধি কৰা হৈছে।