মাটিৰ বিভাজন বা স্থানান্তৰণ অৰ্থাৎ বেচিব বিচৰা সকলে উপনিয়ম ৪ অনুসৰি সকলোবোৰ নথি-পত্ৰৰে সৈতে Section 5 (7) (v)ত থকা আবেদন পত্ৰৰে সৈতে জমা দিব লাগে।
অনা-আপত্তি প্ৰমাণ পত্ৰৰ বাবে সাধাৰণতে মাটিৰ মূল্যৰ ১% মাচুল হিচাপে গ্ৰহণ কৰা হয়। তদুপৰি,প্ৰক্ৰিয়াকৰণ মাচুল হিচাপে ২৫০ টকা আবেদন পত্ৰৰ সৈতে দিয়াটো বাধ্যতামূলক।
অধিক জানিবৰ বাবে, ইয়াত ক্লিক কৰক।.
আবেদনপত্ৰ আৰু প্ৰয়োজনীয় সকলোবোৰ নথি-পত্ৰৰে সৈতে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ ওচৰত পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত জমা দিব লাগিব।
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
তৃতীয় মহলা, ষ্টেটফেড বিল্ডিং,
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পথ, ভঙাগড়
গুৱাহাটী ৭৮১ ০০৫,
দূৰভাষ: ০৩৬১-২৫২৯৮২৪, ২৫২৯৬৫০ (কাৰ্য্যালয়)
ফেক্স: ০৩৬১-২৫২৯৯৯১
ই-মেইল : ceogmdaghy@gmail.com