মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

অধিক
চলিত প্ৰকল্পসমূহ
বহুতৰপীয়া স্বয়ংক্ৰিয় গাড়ী ৰখা ব্যৱস্থা

পানবজাৰ

পাণবজাৰত বহুতৰপীয়া স্বয়ংক্ৰিয় গাড়ী ৰখা ব্যৱস্থা

চহৰত সৃষ্টি হোৱা যানজত নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই ‘এনএলচিপিআৰ’ ৰ অধীনত ১১ কোটি টকা ব্যয়সাপেক্ষে পাণবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ গাতে লাগি থকাকৈ বহুতৰপীয়া স্বয়ংক্ৰিয় গাড়ী ৰখোৱা ব্যৱস্থা গৃহ নিৰ্মাণ কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ‘এনএলচিপিআৰ’ ৰ অধীনৰ এই আঁচনিত MoDONER য়ে পুঁজি প্ৰদান কৰিছে। অনতিপলমে এই আঁচনিৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। ইয়াৰ নিৰ্মাণ কাৰ্য্য ছিমপ্লেক্স প্ৰাইভেট লিমিটেডে কৰি আছে। এই গাড়ী ৰখোৱা স্থানত এটা সময়তে একেলগে ২৫০ খন চাৰিচকীয়া গাড়ী ৰাখিব পৰা সুবিধা আছে।

  • চৰকাৰী অনুমোদন সংখ্যা: GDD 102/2004/Pt-I/181, ০১-০৩-২০১১ তাৰিখ অনুসৰি
  • সৰ্বমুঠ প্ৰকল্পৰ খৰচ: ১১.০০ কোটি টকা
  • খৰচৰ অনুপাত (ভাৰত চৰকাৰ: অসম চৰকাৰ):৯০:১০
  • অৱস্থান: ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ ফালে, এম.জি.পথ
  • সৰ্বমুঠ আৱৰা এলেকা: প্ৰায় ১ বিঘা
  • ঠিকাদাৰৰ নাম: M/s.Simplex Projects Ltd.