উত্তৰ আৰু দক্ষিণ গুৱাহাটীৰ সংযোগ কৰাৰ মানসেৰে ৫৬.০৮ কোটি টকাৰ এই প্ৰকল্প হাতত লোৱা হৈছে। ২০১৮ চনৰ জুলাই মাহত এই প্ৰকল্পৰ কাম সমাপ্ত হ’ব।
| দৈৰ্ঘ্য | ১৮২০ মি: | ![]() |
| টাৰ্মিনেলৰ সংখ্যা | ২ | |
| নিম্ন টাৰ্মিনেল | পানবজাৰ গুৱাহাটী, নেহৰু পাৰ্কৰ সন্মুখত | |
| উচ্চ টাৰ্মিনেল | ৰাজাদুৱাৰ গাঁও,দৌলগোবিন্দ মন্দিৰৰ পিছফালে | |
| টাৰ্মিনেলত থকা সুবিধা | যাত্ৰী হেণ্ডলিং এলেকা,টিকট কাউণ্টাৰ,পাৰ্কিঙ সুবিধা, নাগৰিকৰ সুবিধাৰ এলেকা | |
| ট্ৰেচলৰ সমৰ্থনৰ সংখ্যা | ৫ | |
| ভ্ৰমণ সময় | ৪৩৬ ছেকেণ্ড | |
| ৰোপৱে’ প্ৰকাৰ | টুইন ট্ৰেক,চিংগল হওল,বাই-কেবল ডাবল ৰিভাৰচিবল জিগ বেক চিষ্টেঅম | |
| ৰোপৱে’ ক্ষমতা | ২৫০ মানুহ প্ৰতি ঘণ্টাত | |
| কেবিন ক্ষমতা (মানুহ) | ৩০+১ (যাত্ৰী+অপাৰেটৰ) | |
| উদ্ধাৰ ব্যৱস্থা | স্বয়ংচালিত গাড়ী আৰু কেবিন | |
| পাৰ্কিং সুবিধা | ||
| উচ্চস্তৰ টাৰ্মিনেল | ৭০ খন চাৰিচকীয়া আৰু ৮০ খন দুচকীয়া বাহন | |
| নিম্নস্তৰ টাৰ্মিনেল | ১০০ খন চাৰিচকীয়া আৰু ৮০ খন দুচকীয়া বাহন |
১) পৰামৰ্শদাতা: RITES LTD
২) ঠিকাদাৰ: সমীৰ দামোদৰ ৰোপৱে’ প্ৰাইভেট লিমিটেড
৩) কেবিন ডিজাইনকাৰী তথা সৰবৰাহকাৰী: GANGLOFF CABIN,চুইজাৰলেণ্ড
৪) বাহন তথা উদ্ধাৰ ব্যৱস্থা: GARAVENTA AG, চুইজাৰলেণ্ড
৫) সুৰক্ষা প্ৰমাণপত্ৰ প্ৰদানকাৰী: GARAVENTA AG, চুইজাৰলেণ্ড

