মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

উদ্যান আৰু বিনোদনৰ সুবিধা

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা চালিত উদ্যানসমূহ

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই চহৰখনৰ ঠায়ে ঠায়ে বিভিন্ন উদ্যানৰ গঠন কৰিছে।এই উদ্যানসমূহৰ চোৱা-চিতা তথা ৰক্ষণাবেক্ষণ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই নিজে কৰে বা অন্যান্য আত্মসহায়ক গোট বা সমাজে এই কাম সমাপন কৰে। এই উদ্যানসমূহৰ পৰা মাহিলী প্ৰায় ৭ লাখকৈ টকা সংগ্ৰহ কৰা হৈছে।

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা চোৱাচিতা হোৱা উদ্যানসমূহ

  1. নেহৰু পাৰ্ক
  2. শ্ৰদ্ধাঞ্জলী কানন
  3. শংকৰদেৱ উদ্যান
  4. বস্ত্ৰ উদ্যান, শুৱালকুছি
  5. শৰাইঘাট যুদ্ধ স্মাৰকীয় উদ্যান, আগ্যাথুৰি
  6. চন্দ্ৰ কুমাৰ বৰুৱা উদ্যান, শিলসাঁকো
  7. সোভন চন্দ্ৰ গোস্বামী উদ্যান, মাজগাঁও, উত্তৰ গুৱাহাটী

আত্ম-সহায়ক গোট/সমাজৰ দ্বাৰা চালিত উদ্যানসমূহ

  1. চিলাৰায় উদ্যান, আমিনগাঁও
  2. LCB কলেজৰ সমীপত শিশু উদ্যান, মালিগাঁও
  3. তৰুণ ৰাম ফুকন উদ্যান, ভৰলুমুখ
  4. শিলপুখুৰী
  5. অম্বিকাগিৰী উদ্যান
  6. নবীন নগৰত উদ্যান
  7. সুগম পথ, আৰ.জি.বি পথত উদ্যান
  8. আনন্দ নগৰত উদ্যান
  9. বাঘৰবৰীত উদ্যান
  10. পাঞ্জাবাৰীত উদ্যান
  11. অজন্তা পথ, বেলতলাত উদ্যান
  12. ৰুক্মিনীনগৰত উদ্যান