মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

অধিক
উদ্যান আৰু বিনোদনৰ সুবিধা
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা চালিত উদ্যানসমূহ

চন্দ্ৰ কুমাৰ বৰুৱা উদ্যান, শিলসাঁকো

এই উদ্যান খন গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই ৩১ লাখ টকাৰ খৰচ কৰি নিৰ্মাণ কৰিছে।২০০৬ চনৰ আগষ্ট মাহত হিমন্ত বিশ্ব শৰ্মাই এই উদ্যানখন মূখ্যদ্বাৰ উন্মোচন কৰে।