মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

অধিক
উদ্যান আৰু বিনোদনৰ সুবিধা
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা চালিত উদ্যানসমূহ

বস্ত্ৰ উদ্যান,শুৱালকুছি

ফেব্ৰুৱাৰী, ২০১২ ত মুকলি হোৱা বস্ত্ৰ উদ্যান হৈছে এখন শিশু উদ্যান আৰু আমাৰ শুৱালকুছি নামৰ এটা সংগ্ৰহালয় সদৃশ প্ৰতিস্থানে শুৱালকুছিৰ হস্ততাত শিল্প আৰু বস্ত্ৰশিল্পৰ এক অনন্য উদাহৰণ দাঙি ধৰে।

শুৱালকুছিৰ হস্ততাঁত শিল্প অসম বিখ্যাত আৰু ইয়াৰ মানুহে এতিয়াও নিজৰ সংস্কৃতিক ধৰি ৰাখি জীৱন নিৰ্বাহ কৰি আছে। আমাৰ শুৱালকুছি আচলতে এক সংগ্ৰহালয় নহয়, ইয়াত শুৱালকুছিৰ মানুহৰ হাতেৰে সজা বস্তুসমূহ মূৰ্ত্তিকলাত্মক ৰূপেৰে সজাই ৰখা হৈছে।