মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

অধিক
উদ্যান আৰু বিনোদনৰ সুবিধা
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা চালিত প্ৰেক্ষাগৃহ

ৰূপনগৰত প্ৰেক্ষাগৃহ

এই প্ৰেক্ষাগৃহ আচঁনি ২৬০ লাখ টকাৰ খৰচত AOP 2012-13 vide No.GDD.328/2012/23ৰ অধীনত তৈয়াৰ কৰা হৈছে।
    ৱৰ্ক অৰ্ডাৰ নং GMDA/45/2013/44, ১৩-০২-২০১৪ অনুসৰি
    এই প্ৰেক্ষাগৃহ ৰূপনগৰত অৱস্থিত।
    এই প্ৰেক্ষাগৃহ ভূমি আৰু প্ৰথম মহলাৰ সুবিধা ৰাখি নিৰ্মাণ কৰা হৈছে। সভা,প্ৰদৰ্শনী, কাৰ্য্যালয় আদিৰ ব্যৱহাৰৰ বাবে ভূমি মহলা ব্যৱহাৰ কৰা হয়।
    বেলকনিৰ সুবিধা থকাকৈ প্ৰথম মহলাত প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে।
    প্ৰেক্ষাগৃহত বহাৰ সুবিধা: ৩০০
    প্লিন্থ এলেকা: ৬৯২.৪৫ বৰ্গমিটাৰ
    ভূমি মহলাৰ কাম সম্পূৰ্ণ হৈছে আৰু বৰ্তমানে চালিত অৱস্থাত আছে
    কাম সম্পূৰ্ণ হোৱাৰ পিছত কামৰ মূল্য: ২০০ লাখ (আনুমাণিক)
    বৰ্তমানলৈকে আদায় হোৱা টকা: ১৫০ লাখ