মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ সদস্য

  1. অধ্যক্ষ, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
  2. উপাধক্ষ্য, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
  3. অধ্যক্ষ ও সচিব, গুৱাহাটী উন্নয়ন বিভাগ আৰু উপাধক্ষ্য, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
  4. মেয়ৰ,গুৱাহাটী পৌৰ নিগম
  5. প্ৰধান সচিব, বিত্ত বিভাগ
  6. প্ৰধান সচিব, P & D বিভাগ
  7. মুখ্য কাৰ্যবাহী বিষয়া, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
  8. উপায়ুক্ত, কামৰূপ (মেট্ৰো)
  9. উপায়ুক্ত
  10. আয়ুক্ত, গুৱাহাটী পৌৰ নিগম
  11. মহাপ্ৰৱন্ধক, উত্তৰ-পূব ৰেলৱে'
  12. মুখ্য অভিযন্তা, গড়কাপ্তানি বিভাগ (পথ)
  13. মুখ্য অভিযন্তা, PHE
  14. মূখ্য অভিযন্তা, জলসম্পদ বিভাগ
  15. মুখ্য অভিযন্তা, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
  16. নগৰ পৰিকল্পক, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
  17. বিত্তীয় উপদেষ্টা/মুখ্য গণনা বিষয়া, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
  18. ব্যৱস্থাপন সঞ্চালক, Urban Water & Sewerage Board
  19. মুখ্য বন সংৰক্ষক, অসম
  20. সঞ্চালক, নগৰ আৰু দেশ পৰিকল্পনা , অসম
  21. সদস্য সচিব, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, অসম
  22. অধ্যক্ষ বা কাৰ্যবাহী বিষয়া,উত্তৰ গুৱাহাটী নগৰ সমিতি
  23. সভাপতি, কামৰূপ চেম্বাৰ অফ কমাৰ্চ
  24. শ্ৰী পি.কে.শৰ্মা, সভাপতি, AREIDA
  25. শ্ৰী অনিল কুমাৰ গোস্বামী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, কটন কলেজ
  26. সচিব,গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ