মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

সম্পূৰ্ণ হোৱা আচঁনি

ৰাজীৱ গান্ধী ক্ৰীড়া ক্ষেত্ৰ, আমিনগাঁও

২০০৭ চনত ৩১.৫ কোটি টকা খৰচৰ বাবদ আন্তৰ্জাতিক পৰ্যায়ৰ এখন ইণ্ডোৰ ষ্টেডিয়াম আমিনগাঁওত স্থাপন কৰা হৈছে। ৩৩ তম নেশ্যনেল গেমচৰ সময়ত এই ক্ৰীড়া ক্ষেত্ৰৰ ভালদৰে ব্যৱহাৰ কৰা হৈচিল। এই ক্ৰীড়া ক্ষেত্ৰখন ৫০০০ জন দৰ্শকৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰা হৈছে।