মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

সম্পূৰ্ণ হোৱা আচঁনি

খাৰঘুলিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ

এই গেষ্ট হাউচটো ব্ৰহ্মপুত্ৰ নদীৰ সন্মুখত খাৰঘুলিত স্থাপন কৰা হৈছে। অসমলৈ অহা বিশিষ্ট ব্যক্তিসকলৰ থকাৰ সুবিধাৰ বাবে এই গেষ্ট হাউচটো নিৰ্মাণ কৰা হৈছে। ৪৪০০০ বৰ্গফুট এলেকাৰ এই গেষ্ট হাউচত সন্মিলন কক্ষ, ডাইনিং কক্ষ আদিৰে সজ্জিত কৰি তোলা হৈছে।বৰ্তমানে এই গেষ্ট হাউচটো ব্ৰহ্মপুত্ৰ ৰাজ্যিক গেষ্ট হাউচ হিচাপে জনাজাত।