মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

অনলাইন বিল্ডিঙ পাৰমিশ্যন চিষ্টেম

 

গুৱাহাটী মহানগৰ এলেকাৰ ভিতৰত গৃহ নিৰ্মাণ কৰিব খোজা নাগৰিকসকলক অনুমতি প্ৰদান কৰিবৰ হেতুকে এই অনলাইন,স্বয়ংক্ৰিয় বিল্ডিঙ অনুমতি পদ্ধতিয়ে এক স্বচ্ছ, দ্ৰুত, আৰামদায়ক সেৱাৰ যোগান ধৰে।

প্ৰ-পত্ৰ কেনেকৈ পূৰ কৰিব লাগে তাৰ সৱিশেষ জানিবৰ বাবে, ইয়াত ক্লিক কৰক: বিল্ডিঙৰ অনুমতিৰ বাবে কেনেকৈ অবেদন কৰিব?