মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

স্বয়ংচালিত বতৰ ষ্টেশ্যন

ASDMA আৰু NESAC নিৰ্দেশনাত গুৱাহাটী মহানগৰীত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই ১৮ টাকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ স্থাপন কৰিছে। এই কেন্দ্ৰসমূহে বৃষ্টিপাতৰ সময়,হাৰ,এলেকা আদিৰ বাতৰি দিয়াৰ উপৰিও উষ্ণতা, বায়ু চাপ, বতাহৰ দিশ আদিৰ সঠিক খবৰ প্ৰদান কৰাত সহযোগ আগবঢ়ায়।